പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সহজ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সহজ   বিশেষ্য

അർത്ഥം : সহজ হোৱা অৱস্থা বা ভাব

ഉദാഹരണം : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে

പര്യായപദങ്ങൾ : ঋজুতা, সহজতা, সৰলতা

সহজ   বিশেষণ

അർത്ഥം : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়

ഉദാഹരണം : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো

പര്യായപദങ്ങൾ : পাতল

അർത്ഥം : যিটো সহজে বুজা যায়

ഉദാഹരണം : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ

പര്യായപദങ്ങൾ : বোধগম্য, বোধ্য, সহজ-সৰল, সুবোধ, সৰল

അർത്ഥം : স্বভাৱতে বা নিজে নিজে হোৱা

ഉദാഹരണം : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া

പര്യായപദങ്ങൾ : অকৃত্রিম, নৈসর্গিক, প্রাকৃত, প্রাকৃতিক, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক

അർത്ഥം : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ-সৰল, সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা

അർത്ഥം : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

ഉദാഹരണം : ভক্তি ভগৱান লাভৰ সহজ পথ

പര്യായപദങ്ങൾ : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম, সৰল