അർത്ഥം : সৎকাৰৰ সৈতে বা আদৰ সম্ভাষণৰ সৈতে
ഉദാഹരണം :
শ্যামে আপোনাক তেওঁৰ নিজৰ ঘৰলৈ আদৰি-সাদৰি আমন্ত্রণ কৰিছে
പര്യായപദങ്ങൾ : আতি-পুতিকৈ, আতৌ-পুতৌকৈ, আথ-বেথ কৰি, আথ-বেথকৈ, আথে-বেথে, আদৰি-সাদৰি, বেথা লগাকৈ, মৰমেৰে, সাদৰে, হেঁ্পাহেৰে