അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিয়ে কোনো কামত সকলো ধৰণৰ অধিকাৰ লাভ কৰে
ഉദാഹരണം : এই অনুষ্ঠানটোৰ সর্বেসর্বা হʼল মহাজন মোহনদাস, কিয়নো তেওঁৰ ্ চোৱা-চিতাতেই এই কামটো হৈ উঠিছে
പര്യായപദങ്ങൾ : হর্তা-কর্তা
അർത്ഥം : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
ഉദാഹരണം : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
പര്യായപദങ്ങൾ : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, প্রধান, মুখিয়াল, মুৰব্বী
ഇൻസ്റ്റാൾ ചെയ്യുക