അർത്ഥം : যিয়ে সর্বোচ্চ স্থান লাভ কৰিছে
ഉദാഹരണം :
কালি আমাৰ বিদ্যালয়ত অহা পাঁচ বছৰ ধৰি ্সর্বশ্রেষ্ঠ হৈ অহাসকলক সন্মানিত কৰা হʼব
പര്യായപദങ്ങൾ : টপাৰ
അർത്ഥം : যি সকলোতকৈ শ্রেষ্ঠ বা উত্তম
ഉദാഹരണം :
মনোজক বিদ্যালয়ৰ সর্বশ্রেষ্ঠ ছাত্র হিচাপে নি্র্বাচন কৰা হৈছে
പര്യായപദങ്ങൾ : অন্যতম, সর্বোত্তম, সর্বোৎকৃষ্ট