പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সময়সীমা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সময়সীমা   বিশেষ্য

അർത്ഥം : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক

ഉദാഹരണം : এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল

പര്യായപദങ്ങൾ : কালসীমা, খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নির্ধাৰিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, ্ধার্য্যসময়

അർത്ഥം : কোনো এক নির্দিষ্ট সময়ৰ পৰা অন্য এক নির্দিষ্ট সময়ৰ মাজৰ কালছোৱা

ഉദാഹരണം : আমি চাৰি ঘণ্টা সময়সীমাৰ ভিতৰত এই কামটো সম্পূর্ণ কৰিব লাগিব

പര്യായപദങ്ങൾ : কালাৱধি

അർത്ഥം : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে

ഉദാഹരണം : এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি

പര്യായപദങ്ങൾ : খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, বন্ধাসময়, মিয়াদ, ম্যাদ, ্কালসীমা