പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সময় എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সময়   বিশেষ্য

അർത്ഥം : ভোজন কৰাৰ নিশ্চিত সময়

ഉദാഹരണം : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

പര്യായപദങ്ങൾ : বেলা

അർത്ഥം : যি সাধন স্বৰূপ সময়াবধি কাৰোবাৰ নিয়ন্ত্রণত থাকে

ഉദാഹരണം : মোৰ ওচৰত খাবৰ বাবেও সময় নাই মোৰ বেছিভাগ সময় আপোনাৰ এই কামতেই গুছি গʼল

അർത്ഥം : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ഉദാഹരണം : সময় কাৰোবাবে ৰৈ নাথাকে

പര്യായപദങ്ങൾ : কাল, ক্ষণ, বেলা

അർത്ഥം : * যিখিনি সময়ক লৈ কাৰোবাৰ জীৱন গঢ় লৈ উঠিছে

ഉദാഹരണം : ৰজাৰ শেষৰ সময়খিনি বৰ কষ্টদায়ক আছিল

പര്യായപദങ്ങൾ : মুহূর্ত

അർത്ഥം : কোনো বিশেষ অৱস্থাত কোনো কাম কৰাৰ কাৰণে বা নিজৰ দায়িত্ব সম্পূর্ণ ্কৰাৰ কাৰণে পোৱা সময়

ഉദാഹരണം : ঋণ পৰিশোধ কৰাৰ কাৰণে আপোনাক আৰু চাৰিদিনৰ সময় দিয়া হৈছে

അർത്ഥം : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ഉദാഹരണം : এই কামটো কৰিবৰ সময় হʼল

പര്യായപദങ്ങൾ : ক্ষণ, দাও, বেলা, সুচল, সুযোগ

അർത്ഥം : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়

ഉദാഹരണം : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়

പര്യായപദങ്ങൾ : কাল, যুগ