അർത്ഥം : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা
ഉദാഹരണം :
লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ
പര്യായപദങ്ങൾ : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ
അർത്ഥം : আৰম্ভণিৰ পৰা শেষলৈকে
ഉദാഹരണം :
তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে
പര്യായപദങ്ങൾ : আদ্যোপান্ত
അർത്ഥം : কোনো অংশ বা খণ্ডৰ গোটেইখিনি
ഉദാഹരണം :
বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে
പര്യായപദങ്ങൾ : পূৰা
അർത്ഥം : যʼত একো কম হৈ থকা নাই
ഉദാഹരണം :
তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে