പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সম্পূর্ণ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সম্পূর্ণ   বিশেষ্য

അർത്ഥം : সমাপ্ত হোৱাৰ ভাব বা কার্য

ഉദാഹരണം : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল

പര്യായപദങ്ങൾ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সাং

সম্পূর্ণ   ক্ৰিয়া বিশেষণ

അർത്ഥം : সম্পূর্ণ ৰূপত

ഉദാഹരണം : এই কথাটো সম্পূর্ণ মিছা তেওঁ ্ৰাস্তাটোৰ একদম সোঁমাজত থিয় হৈ আছিল

പര്യായപദങ്ങൾ : একদম, একেবাৰে

সম্পূর্ণ   বিশেষণ

അർത്ഥം : যি ্ সর্বতোপ্রকাৰে পূর্ণ ্ বা ভৰি থকা

ഉദാഹരണം : লালাজীৰ ঘৰ ধন-ধানেৰে পৰিপূর্ণ

പര്യായപദങ്ങൾ : খুন্দখাই থকা-, ঠাহখাই থকা-, পূর্ণ, পৰিপূর্ণ, ভর্তি, ভৰপূৰ

അർത്ഥം : কোনো অৱশিষ্ট নথকা

ഉദാഹരണം : মই কৰা কামটো এতিয়া শেষ হʼল

പര്യായപദങ്ങൾ : খতম, নিষ্পন্ন, নিষ্পাদিত, পূর্ণ, পৰিসমাপ্ত, শেষ, সমাপন্ন, সমাপিত, সমাপ্ত, সম্পন্ন, সম্পাদিত, ্পূৰ

അർത്ഥം : আৰম্ভণিৰ পৰা শেষলৈকে

ഉദാഹരണം : তেওঁ এই ্ঘটনাটোৰ সম্পূর্ণ বর্ণ্্না পুলিচৰ আগত দাঙি ধৰিলে

പര്യായപദങ്ങൾ : আদ্যোপান্ত

അർത്ഥം : কোনো অংশ বা খণ্ডৰ গোটেইখিনি

ഉദാഹരണം : বেঙেনাৰ আঞ্জা বনাবৰ কাৰণে সেইখিনি প্রথমে সম্পূর্ণকৈ ভাজিব লাগে

പര്യായപദങ്ങൾ : পূৰা

അർത്ഥം : যিমান আছে সকলোখিনি

ഉദാഹരണം : এই গাঁওখনৰ মুঠ বাসিন্দা কিমান ?

പര്യായപദങ്ങൾ : মুঠ, সকলো, সমগ্র, সমস্ত, সমুদায়, সর্বমুঠ

അർത്ഥം : যʼত একো কম হৈ থকা নাই

ഉദാഹരണം : তেওঁ নিজৰ বন্ধুক সৈমান কৰিবলৈ সম্পূর্ণ ্চেষ্টা কৰিলে