പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সম্পর্ক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সম্পর্ক   বিশেষ্য

അർത്ഥം : দুটা বস্তুৰ মাজত কোনো ধৰণৰ সম্পর্কৰ বিষয়ে বর্ণ্্না কৰা তত্ত্ববিশেষ

ഉദാഹരണം : একেলগে থাকোতে থাকোতে জন্তুৰ লগতো সম্বন্ধ হৈ যায়

പര്യായപദങ്ങൾ : সম্বন্ধ

അർത്ഥം : মানুহৰ সেই পাৰস্পৰিক সম্বন্ধ যিটো এটা বংশত জন্ম লোৱা অথবা বিবাহ আদি কৰাৰ পৰা হয়

ഉദാഹരണം : মাধুৰিমাৰ সৈতে আপোনাৰ সম্পর্ক কি ?

പര്യായപദങ്ങൾ : সম্বন্ধ

അർത്ഥം : একেলগে মিলি থকা, জোৰা লগা বা বান্ধ খোৱা কার্য

ഉദാഹരണം : বানপানীৰ কাৰণে গাঁৱৰ সম্বন্ধ অন্য ঠাইৰ সৈতে বিচ্ছিন্ন হৈ পৰিল প্রেম-ভাৱেৰে পাৰস্পৰিক ্সম্পর্কত ঘনিষ্ঠতা আনিব পাৰি

പര്യായപദങ്ങൾ : সম্বন্ধ

അർത്ഥം : কোনো ধৰণৰ লগা-ভগা বা সম্পর্ক

ഉദാഹരണം : এই কামটোৰ সৈতে ৰামৰ কোনো সম্পর্ক নাই

പര്യായപദങ്ങൾ : মতলব, সম্বন্ধ

അർത്ഥം : কথা-বতৰাৰ আদান প্রদান

ഉദാഹരണം : মই ভালেমান দিনৰ পৰা আপোনাৰ সৈতে সম্পর্ক কৰিবলৈ বিচাৰি আছিলোঁ

പര്യായപദങ്ങൾ : ্যোগাযোগ