പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সমূহ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সমূহ   বিশেষ্য

അർത്ഥം : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

ഉദാഹരണം : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

പര്യായപദങ്ങൾ : জাক, পাল, সমুদায়

അർത്ഥം : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ഉദാഹരണം : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

പര്യായപദങ്ങൾ : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি

അർത്ഥം : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি

ഉദാഹരണം : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল

പര്യായപദങ്ങൾ : গোট, দʼম, সমষ্টি, ৰাশি