അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সমাপ্ত হোৱাৰ ভাব বা কার্য
ഉദാഹരണം : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
പര്യായപദങ്ങൾ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, পৰিসমাপ্তি, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সম্পূর্ণ, সাং
അർത്ഥം : কোনো ঘটনা আদিৰ সম্পাদন হোৱা বা অন্তিম অংশ
ഉദാഹരണം : এই কিতাপখনৰ উপসংহাৰ পঢ়াৰ পিছতহে আপুনি কোনো সিদ্ধান্তত উপনীত হʼব পাৰিব
പര്യായപദങ്ങൾ : অন্ত, ইতি, উপসংহাৰ, শেষ
അർത്ഥം : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
ഉദാഹരണം : কলিযুগত অন্ত নিশ্চিত
പര്യായപദങ്ങൾ : অন্ত, অৱসান, ইতি, ওৰ, পৰিসমাপ্তি, যতি, শেষ, শেহ, সাং
ഇൻസ്റ്റാൾ ചെയ്യുക