അർത്ഥം : কোনো প্রথা বা নিয়মৰ অন্ত হোৱা
ഉദാഹരണം :
বর্ত্্মান সমাজৰ পৰা সতীদাহ প্রথা সম্পূর্ণৰূপে শেষ হʼল
പര്യായപദങ്ങൾ : নির্মূল ্হোৱা, শেষ হোৱা
അർത്ഥം : কোনো কার্য আদি পূর্ণ ্হোৱা
ഉദാഹരണം :
ছোৱালীজনীৰ বিয়াখন ভালদৰেই অন্ত পৰিল
പര്യായപദങ്ങൾ : অন্ত পৰা