പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সমষ্টি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সমষ্টি   বিশেষ্য

അർത്ഥം : নিজৰ প্রতিনিধি বাচনি কৰাৰ অধিকাৰ থকা ঠাই বা ক্ষেত্র

ഉദാഹരണം : কিছুমান সমষ্টিত নি্র্বাচনৰ সময়ত বহুত গণ্ডগোল হয়

പര്യായപദങ്ങൾ : নি্র্বাচন সমষ্টি

അർത്ഥം : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ഉദാഹരണം : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

പര്യായപദങ്ങൾ : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমূহ

അർത്ഥം : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি

ഉദാഹരണം : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল

പര്യായപദങ്ങൾ : গোট, দʼম, সমূহ, ৰাশি