അർത്ഥം : কোনো বিশেষ কার্য, ব্যক্তি বা কাৰণ আদিৰ বাবে বা আদিক সম্পূর্ণ্্ভাৱে দিয়া
ഉദാഹരണം :
তেওঁ নিজৰ জীৱন সমাজ সেৱাৰ বাবে সমর্পিত কৰিলে
അർത്ഥം : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
ഉദാഹരണം :
এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
പര്യായപദങ്ങൾ : ৰখা