അർത്ഥം : বৈঠকৰ আহ্বান কৰা সভা-সমিতি আদিৰ সদস্য
ഉദാഹരണം :
কিছুমান জৰুৰী কাৰণত সমন্বয়কে আজিৰ সভা অনুষ্ঠিত কৰিছে
പര്യായപദങ്ങൾ : সমন্বয় কর্তা
അർത്ഥം : মিল হোৱা কার্য ্ বা ভাব
ഉദാഹരണം :
নাটকৰ পৰিসমাপ্তিত নায়ক আৰু নায়িকাৰ মিলন হʼল
പര്യായപദങ്ങൾ : মিলন, মিলা-প্রীতি, সংযোগ
അർത്ഥം : কার্য ্বা কাৰণ আদিৰ সৈতে সংগতি থকা
ഉദാഹരണം :
সমন্বয়ত সমস্যানো কʼত থাকে ?