അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শীল আৰু সজ্জন হোৱা ভাব
ഉദാഹരണം : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
പര്യായപദങ്ങൾ : ভদ্রতা, শালীনতা, শিষ্টতা, সজ্জনতা
അർത്ഥം : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়
ഉദാഹരണം : হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন
അർത്ഥം : সদস্য হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে
പര്യായപദങ്ങൾ : সদস্যতা
ഇൻസ്റ്റാൾ ചെയ്യുക