അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি জিকিব পাৰে বা জিকাৰ যোগ্য
ഉദാഹരണം : দুষ্টও প্রেমৰ দ্বাৰা জয়ী হয়
പര്യായപദങ്ങൾ : জিকাৰু, জিনোতা, জিষ্ণু, জেতা, জয়যুক্ত, জয়শীল, জয়ী, বশকাৰী, বিজেতা, বিজয়ী
അർത്ഥം : যি লাভ, যশ আদিৰ দৃষ্টিত ঠিক আছে বা যি সঠিক ব্যৱহাৰ হৈছে
ഉദാഹരണം : আপোনাৰ দর্শনে মোৰ জীৱন সার্থক কৰিলে
പര്യായപദങ്ങൾ : সফল মনোৰথ, সফলক্াম, সার্থক, সিদ্ধকাম
അർത്ഥം : যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়
ഉദാഹരണം : মোহন এই কামত সফল হʼল
പര്യായപദങ്ങൾ : কৃতকার্য, কৃতকার্য্য, কৃতকৃত্য, সফল মনোৰথ, সফলকাম, সার্থক, সিদ্ধকাম, সিদ্ধমনোৰথ
ഇൻസ്റ്റാൾ ചെയ്യുക