അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অধিৱেশন, কনফাৰেন্স, বৈঠক, মিটিং, মেল-মিটিং, সন্মিলনী, সভা
അർത്ഥം : কোনো বিশেষ উদ্দেশ্যৰে বা কোনো বিশেষ বিষয়ত আলোচনা কৰিবৰ কাৰণে একত্রিত হোৱা মানৱ সমাজ
ഉദാഹരണം : সন্মিলনত বহুতো বিদ্বান লোকে অংশ গ্রহণ কৰিছিল
പര്യായപദങ്ങൾ : সম্মিলন
ഇൻസ്റ്റാൾ ചെയ്യുക