അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব
ഉദാഹരണം : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ
പര്യായപദങ്ങൾ : অনুমোদন, স্বীকৃতি
അർത്ഥം : ওঁ বুলি কোৱা কার্য
ഉദാഹരണം : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
പര്യായപദങ്ങൾ : হয়ভৰ
അർത്ഥം : সহমত প্রকাশ কৰা ভাব বা কার্য
ഉദാഹരണം : তেওঁলোক দুয়োজনে সন্মতি জনাইছে
പര്യായപദങ്ങൾ : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী
അർത്ഥം : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
ഉദാഹരണം : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
പര്യായപദങ്ങൾ : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ
ഇൻസ്റ്റാൾ ചെയ്യുക