അർത്ഥം : যিটো ওচৰলৈ কাষ আহিছে
ഉദാഹരണം :
আসন্ন নি্র্বাচনৰ প্রতি লক্ষ্যৰাখি নি্র্বাচন আয়োগে সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা কৰি আছে
പര്യായപദങ്ങൾ : আসন্ন
അർത്ഥം : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত
ഉദാഹരണം :
মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো
പര്യായപദങ്ങൾ : অনাগত, আগতপ্রায়, আগন্তুক, আসন্ন, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সমাসন্ন