പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সন্ধি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সন্ধি   বিশেষ্য

അർത്ഥം : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান

ഉദാഹരണം : কাপোৰৰ জোৰাখিনি ফাটি থাকিল

പര്യായപദങ്ങൾ : জোৰা, সন্ধি স্থল, সন্ধি-স্থল

അർത്ഥം : ব্যাকৰণত ওচৰা ওচৰিকৈ থকা দুটা শ্্ব্দৰ মিলন ঘটি হোৱা ৰূপান্তৰ

ഉദാഹരണം : বিদ্যা আৰু আলয়ৰ মাজত সন্ধি হৈ বিদ্যালয় হৈছে

അർത്ഥം : লেন-দেন, ব্যৱহাৰ, কাজিয়া আদি ্ সম্পর্কত ্ সকলো পক্ষৰ পৰস্পৰৰ মাজত হোৱা নিষ্পত্তি

ഉദാഹരണം : কাশ্মীৰৰ সমস্যা সন্দর্ভত ্ ভাৰত-পাকিস্তানৰ মাজত সন্ধি হোৱা আৱশ্যক

പര്യായപദങ്ങൾ : সন্ধিচুক্তি

അർത്ഥം : শৰীৰৰ অংগৰ যিখিনি অংশত ্ ভাঁজ লগাব পাৰি বা হাওলিব পাৰি

ഉദാഹരണം : মোৰ আঙুলিৰ ্ গাঁঠিত বিষ হৈছে

പര്യായപദങ്ങൾ : গাঁঠি, গ্রন্থি, জোৰা

അർത്ഥം : এতিয়াৰ পৰা আমি নিজৰ মাজত কেতিয়াও যুদ্ধ নকৰো আৰু মিত্রভাৱে থাকিম অথবা ঠাইভেদে নির্দিষ্ট নিয়ম মানি চলিম বুলি ৰাজ্য, দল আদিৰ মাজত হোৱা নিশ্চিতি:আভ্যন্তৰীণ কার্যত হস্তক্ষেপ নকৰো বুলি দুয়োখন ৰাজ্যৰ মাজত সন্ধি হʼল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : চুক্তি, বুজাপৰা