അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
ഉദാഹരണം : হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
പര്യായപദങ്ങൾ : লগোৱা, লেপন লগোৱা
അർത്ഥം : কোনো এবিধ বস্তুৰ গাত আন বস্তু বিয়পাই দিয়া
ഉദാഹരണം : কিছুমান মানুহে ৰুটিত ঘিউ সানি লয়
പര്യായപദങ്ങൾ : ঘঁ্হা, লগোৱা
അർത്ഥം : কোনো বস্তু দ্রৱ পদার্থত ্ ভালকৈ মিহলাবলৈ লৰোৱা-বগোৱা কৰা
ഉദാഹരണം : তেওঁ পকৰী বনাবলৈ বেচনখিনি মথিছে
പര്യായപദങ്ങൾ : ফেটা, মথা, মাৰা
ഇൻസ്റ്റാൾ ചെയ്യുക