പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সদন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সদন   বিশেষ্য

അർത്ഥം : সভাত উপস্থিত বহুতো লোক, দর্শকৰ সমূহ

ഉദാഹരണം : সদন নৃত্যপটীয়সীৰ নৃত্য উপভোগ কৰাত মগ্ন হৈ আছিল

അർത്ഥം : কোনো বিষয় আদিৰওপৰত বিচাৰ-বিবেচনা কৰা বা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ কাৰণে হোৱা সভা বা তাত উপস্থিত হোৱা লোকৰ সমূহ

ഉദാഹരണം : সদনে আজি এই বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা আছে

അർത്ഥം : যি ঠাইত কোনো বিষয়ৰ বিচাৰ কৰা অথবা নিয়ম, বিধান আদি তৈয়াৰ কৰাৰ বাবে সভা বা অধিৱেশন অনুষ্ঠিত কৰা হয়

ഉദാഹരണം : মন্ত্রী মহোদয়ে সদনত এইমাত্র প্রৱেশ কৰিছে

അർത്ഥം : যি ভৱনত বহুতো লোক দর্শক-্শ্রোতাৰ ৰূপত উপস্থিত হʼব পাৰে

ഉദാഹരണം : নাট্য সদন দর্শকেৰে ভৰি আছিল