അർത്ഥം : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
ഉദാഹരണം :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
പര്യായപദങ്ങൾ : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, সুনিশ্চিত
അർത്ഥം : একেবাৰে ঠিক বা উচিত
ഉദാഹരണം :
ৰমনে তৎক্ষণাত প্রশ্নৰ সঠিক উত্তৰ দিলে
അർത്ഥം : যিটো নৈতিকতাৰে ভৰি আছে
ഉദാഹരണം :
আমি উচিত কাম কৰা উচিত
പര്യായപദങ്ങൾ : উচিত, নীতিপূর্ণ, নৈতিক, নৈতিকতাপূর্ণ
അർത്ഥം : যিটো নি্র্ধাৰিত বা নিশ্চিত
ഉദാഹരണം :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
പര്യായപദങ്ങൾ : ঠিক, নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত