അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
ഉദാഹരണം : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
പര്യായപദങ്ങൾ : জ্ঞান, বোধ, বোধি, সংজ্ঞা
അർത്ഥം : যʼত চেতনা আছে
ഉദാഹരണം : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
പര്യായപദങ്ങൾ : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত
ഇൻസ്റ്റാൾ ചെയ്യുക