അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : চুৰি বা ছল-কপট নকৰা ব্যক্তি
ഉദാഹരണം : আমি যাক সজ্জন বুলি ভাবিছিলো, তেওঁ বহুত ্ডাঙৰ চোৰ ওলালে
അർത്ഥം : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে
ഉദാഹരണം : সৎ লোকৰ আদৰ কৰা
പര്യായപദങ്ങൾ : ভাল মানুহ, সুজন, সৎপুৰুষ, সৎলোক
അർത്ഥം : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ഉദാഹരണം : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
പര്യായപദങ്ങൾ : ভাল, সাধু, সুজন, সৎ
ഇൻസ്റ്റാൾ ചെയ്യുക