അർത്ഥം : নতুন বস্তু বা কথা সংযোগ কৰি সুন্দৰ কৰি ৰখা কার্য
ഉദാഹരണം :
নতুন বোৱাৰীজনীয়ে ঘৰখন ধুনীয়াকৈ সজাই থৈছে
പര്യായപദങ്ങൾ : অলংকৃত কৰা, অলঙ্কৃত কৰা, সজ্জিত কৰা
അർത്ഥം : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
ഉദാഹരണം :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
പര്യായപദങ്ങൾ : ব্যৱস্থিত কৰা, লগোৱা
അർത്ഥം : আহাৰ সন্মুখত ৰখা
ഉദാഹരണം :
তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
പര്യായപദങ്ങൾ : পৰিৱেশন কৰা