അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যʼ প্রাণ আছে বা সজীৱ প্রাণী
ഉദാഹരണം : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
പര്യായപദങ്ങൾ : জীৱ, জীৱধাৰী, প্রাণধাৰী, প্রাণী
അർത്ഥം : এইমাত্র ওলোৱা বা হোৱা
ഉദാഹരണം : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
പര്യായപദങ്ങൾ : তাজা, সতেজ
അർത്ഥം : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ഉദാഹരണം : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
പര്യായപദങ്ങൾ : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন
അർത്ഥം : জীৱিত ৰূপত
ഉദാഹരണം : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
പര്യായപദങ്ങൾ : জীৱন্ত
ഇൻസ്റ്റാൾ ചെയ്യുക