അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বিপদ-আপদলৈ মন-কাণ দি থকা
ഉദാഹരണം : কাশ্মীৰত সন্ত্রাসবাদীয়ে প্রৱেশ কৰিব পাৰে বুলি সেনাবাহিনীক ্ সতর্ক কৰি দিয়া হৈছে
പര്യായപദങ്ങൾ : খবৰদাৰ, ততোৱাল, তলচকুৱা, সজাগৰ, সতর্ক, সাৱধান, হুঁচিয়াৰ, ্সজাগ
അർത്ഥം : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ഉദാഹരണം : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
പര്യായപദങ്ങൾ : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সজীৱ
ഇൻസ്റ്റാൾ ചെയ്യുക