അർത്ഥം : প্রাচীন ভাৰতীয় ্আর্যসকলৰ ্সাহিত্যিক ভাষা বিশেষ যাৰ আলমত বেদ আদি লিখা হৈছে
ഉദാഹരണം :
সংস্কৃতক দেৱভাষা আখ্যা দিয়া হয়
പര്യായപദങ്ങൾ : সংস্কৃত ভাষা
അർത്ഥം : সংস্কতৰ বা সংস্কৃত ভাষাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
ৰঞ্জনে সংস্কৃত সাহিত্যৰ অধ্যয়ন কৰি আছে
അർത്ഥം : যাক পৰিশোধন কৰা হৈছে
ഉദാഹരണം :
সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
പര്യായപദങ്ങൾ : পৰিমার্জিত