അർത്ഥം : যিয়ে ধার্মিক অথবা সামাজিক সংস্কাৰৰ কাৰণে চেষ্টা চলায়
ഉദാഹരണം :
স্বামী দয়ানন্দ সৰস্বতী এজন প্রসিদ্ধ সমাজ সংস্কাৰক আছিল
പര്യായപദങ്ങൾ : সংস্কাৰকর্তা
അർത്ഥം : যিয়ে দোষ বা ত্রুটিৰ সংস্কাৰ কৰে
ഉദാഹരണം :
সংস্কাৰকৰ দ্বাৰা এই প্রশ্ন কাকতত সংশোধন কৰা হৈছে
പര്യായപദങ്ങൾ : সংশোধক