അർത്ഥം : দোষ বা ত্রুটি দূৰ ্আঁ্তৰাই ভাল কৰা কার্য
ഉദാഹരണം :
পাণিনিয়ে দেৱভাষাৰ পৰিশোধন কৰি তাক সংস্কৃত ৰূপ দিছিল
പര്യായപദങ്ങൾ : সংশোধন পৰিশোধন
അർത്ഥം : মানুহক শুদ্ধ আৰু উন্নত কৰিবৰ বাবে ধার্মিক দৃষ্টিৰে কৰা হিন্দুসকলৰ বিশিষ্ট কৃত্য
ഉദാഹരണം :
হিন্দু ধর্মত ্সংস্কাৰৰ ডাঙৰ মহত্ত্ব আছে
അർത്ഥം : কোনো বস্তুক আৰু ভাল বা অধিক উপযোগী কৰি তোলা কার্য
ഉദാഹരണം :
এই কামটোত শুধৰণিৰ প্রয়োজন আছে
പര്യായപദങ്ങൾ : শুধৰণি
അർത്ഥം : মন, ৰুচি, আচাৰ-ব্যৱহাৰ আদিক পৰিষ্কৃত তথা উন্নত কৰা কার্য
ഉദാഹരണം :
লʼৰা-ছোৱালীক ভাল সংস্কাৰ দিয়াটো সকলো মাক-দেউতাকৰে কর্তব্য
അർത്ഥം : পূর্বজন্ম, কুল মর্যাদা, শিক্ষা, সভ্যতা আদিৰ মনত পৰা প্রভাৱ
ഉദാഹരണം :
এইটো বোৱাৰীৰ সংস্কাৰেই হয় যে তেওঁ কেতিয়াও ওলোটাই উত্তৰ নিদিয়ে