അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
ഉദാഹരണം : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
പര്യായപദങ്ങൾ : জগত, দুনীয়া, বিশ্ব
അർത്ഥം : পৃথিৱীত থকা লোক
ഉദാഹരണം : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
പര്യായപദങ്ങൾ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, লোক, ৰাইজ
അർത്ഥം : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ഉദാഹരണം : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
പര്യായപദങ്ങൾ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সৃষ্টি
ഇൻസ്റ്റാൾ ചെയ്യുക