പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള সংশয় എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

সংশয়   বিশেষ্য

അർത്ഥം : বিপদ বা অনিষ্ট হʼব পাৰে বুলি ধাৰণা কৰিলে মনত যি ভাবৰ উদয় হয়:গুজৰাটৰ সাম্প্রদায়িক ্ সংঘর্ষই ্ মানুহৰ মনত ভয়ৰ সঞ্চাৰ কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : আতং-বিতং, আতঙ্ক, আশঙ্কা, ডঁৰি, ডৰ, তোচ, পৰোৱা, পৰোৱাই, বিভীষিকা, ভীতি, ভয়, ভয়-ডৰ, ভয়-ভীত, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা

അർത്ഥം : মনত হোৱা দুর্ভাৱনা

ഉദാഹരണം : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল

പര്യായപദങ്ങൾ : আশংকা, বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা

അർത്ഥം : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা

ഉദാഹരണം : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে

പര്യായപദങ്ങൾ : আশংকা, শংকা, শঙ্কা, সন্দেহ

അർത്ഥം : সম্পূর্ণৰূপে নিশ্চিত হʼব নোৱাৰা জ্ঞান

ഉദാഹരണം : মোৰ তেওঁৰ ্কথাত সঁ্চাকৈয়ে সন্দেহ আছে

പര്യായപദങ്ങൾ : শংকা, শঙ্কা, সন্দেহ