അർത്ഥം : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন
ഉദാഹരണം :
মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়
പര്യായപദങ്ങൾ : মর্যাদাসম্পন্ন
അർത്ഥം : বাসনা আৰু মনক নিজৰ বশত ৰখোতা
ഉദാഹരണം :
সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে
അർത്ഥം : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা
ഉദാഹരണം :
সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে