അർത്ഥം : চালৰ যি গুণৰ বাবে চুলে বা হেচিলে অনুভৱ হয়
ഉദാഹരണം :
অংগবোৰৰ পক্ষাঘাতৰ ফলত সেই অংগৰ সংবেদনশীলতাও নোহোৱা হৈ যায়
അർത്ഥം : সংবেদনশীল হোৱা অৱস্থা বা ভাৱ
ഉദാഹരണം :
চৰকাৰে ৰাইজৰ সমস্যাসমূহৰ সমাধান সংবেদনশীলতাৰে কৰিব লাগে