അർത്ഥം : সঞ্চিত বা একত্রিত কৰা
ഉദാഹരണം :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
പര്യായപദങ്ങൾ : একত্রিত কৰা, গোটোৱা, জমা কৰা, সঞ্চিত কৰা
അർത്ഥം : মানুহৰ পৰা ধন আৰু কোনো বস্তু লৈ একগোট কৰা
ഉദാഹരണം :
তেওঁ ব্যৱসায়ী সকলৰ পৰা কৰ আদায় কৰিছে
പര്യായപദങ്ങൾ : আদায় কৰা