അർത്ഥം : সাহিত্য আদি কোনো এক বিভাগ সম্বন্ধীয় অনেক বিষয় একত্রিত হৈ থকা গ্রন্থ
ഉദാഹരണം :
কল্পলতা হাজাৰী প্রসাদ দ্বিবেদীৰ নিবন্ধ সংকলন
പര്യായപദങ്ങൾ : সংকলন
അർത്ഥം : কোনো বস্তু একেলগে বা একগোট কৰি ৰখা কার্য
ഉദാഹരണം :
কপিলে ঐতিহাসিক সামগ্রীৰ সংগ্রহ কৰে
അർത്ഥം : একত্র কৰা বা হোৱা কার্য
ഉദാഹരണം :
এই মন্দিৰটো সাজিবৰ কাৰণে বৃহৎ পৰিমাণত চান্দা একগোট
പര്യായപദങ്ങൾ : একগোট