അർത്ഥം : যাৰ সংগঠন কৰা হৈছে
ഉദാഹരണം :
ইংৰাজৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে ভাৰতীয় জনসাধাৰণ সংগঠিত হʼব লগা হৈছিল
അർത്ഥം : যিটো একতাৰে পৰিপূর্ণ
ഉദാഹരണം :
সংগঠিত সমাজ এখন সহজেই বিকাশৰ পথত অগ্রসৰ হʼব পাৰে
പര്യായപദങ്ങൾ : সৌহার্দ্যপূর্ণ, ্একতাপূর্ণ