അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
ഉദാഹരണം : ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
അർത്ഥം : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
ഉദാഹരണം : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে
പര്യായപദങ്ങൾ : দল, মণ্ডল, মণ্ডলী
അർത്ഥം : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
ഉദാഹരണം : ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
പര്യായപദങ്ങൾ : সংস্থা
ഇൻസ്റ്റാൾ ചെയ്യുക