അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
ഉദാഹരണം : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
പര്യായപദങ്ങൾ : অংক
അർത്ഥം : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
ഉദാഹരണം : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
പര്യായപദങ്ങൾ : অংক, খণ্ড, নম্বৰ
അർത്ഥം : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
ഉദാഹരണം : এক কোটি বহুত ডাঙৰ সংখ্যা
പര്യായപദങ്ങൾ : অংক, অঙ্ক, ৰাশি
അർത്ഥം : সংখ্যাৰ চিহ্ন
ഉദാഹരണം : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
പര്യായപദങ്ങൾ : অংক, অঙ্ক
അർത്ഥം : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
ഉദാഹരണം : আহতৰ সংখ্যা বহুত বেছি
ഇൻസ്റ്റാൾ ചെയ്യുക