അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
ഉദാഹരണം : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
പര്യായപദങ്ങൾ : ছীল, ষ্টেম্প
അർത്ഥം : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
ഉദാഹരണം : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
പര്യായപദങ്ങൾ : ছীল, মোহৰ
അർത്ഥം : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটিৰ প্রত্যেকটো যাৰ সন্মুখত থিয় হৈ বেটছমেনে বেট ধৰে
ഉദാഹരണം : বলাৰৰ প্রথমটো বলতেই তিনিওডাল ষ্টাম্প উফৰি পৰিল
അർത്ഥം : যিহত মোহৰ মৰা হৈছে
ഉദാഹരണം : এই চেকখনত মোহৰ মৰা আছে
പര്യായപദങ്ങൾ : মোহৰ
ഇൻസ്റ്റാൾ ചെയ്യുക