അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজনে কোনো ঠাইত আশ্রয় লʼব বিচাৰে
ഉദാഹരണം : ভগৱানে শৰণার্থীসকলৰ ৰক্ষা কৰে
അർത്ഥം : যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক্্ভাৱে আঁত্্ৰাই পঠোৱা হৈছে অথবা যি অন্য ঠাইত আশ্রয় লাভ কৰি থাকিবলৈ লৈছে
ഉദാഹരണം : অসমত বহুত বেছি বিদেশী শৰণার্থীয়ে বসবাস কৰি আছে
പര്യായപദങ്ങൾ : ৰিফিউজী
അർത്ഥം : যি অন্য ঠাইত শৰণ লাভ কৰি থাকিবলৈ বিচাৰিছে বা যাক নিজৰ বাসস্থানৰ পৰা বলপূর্বক আঁত্্ৰাই পঠোৱা হৈছে
ഉദാഹരണം : শৰণার্থী চলমান এতিয়াও আমেৰিকাতেই আছে
ഇൻസ്റ്റാൾ ചെയ്യുക