പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শ্্ব্দ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শ্্ব্দ   বিশেষ্য

അർത്ഥം : কোনো ভাব, কার্য ্বা কথাৰ বোধ জন্মিব পৰাকৈ আখৰ বা বর্ণ আদিৰে লিখা আৰু মুখেৰে উচ্চাৰিত অথবা কোৱা সংকেত বিশেষ

ഉദാഹരണം : ভাষা একোটাত শ্্ব্দৰ উচিত প্রয়োগতহে বাক্য গঠিত হয়

അർത്ഥം : ভৰি তথা দেহৰ আন অংগ সঞ্চালনা কৰিলে হোৱা শ্্ব্দ

ഉദാഹരണം : কাৰোবাৰ ভৰিৰ শ্্ব্দ শুনাৰ লগে-লগে তেওঁ ্সাৰ পালে

അർത്ഥം : যিটো শুনা যায়

ഉദാഹരണം : এটা তীব্র শ্্ব্দই তাৰ মনোযোগ ভাঙি দিলে

പര്യായപദങ്ങൾ : অনুনাদ, আৰাও, আৰাৱ, আৱাজ, ডাক, ধ্বনি, নাদ, নিনাদ, নিস্বান, স্বন, স্বনন, স্বৰ, ৰণন, ৰাৱ