അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
ഉദാഹരണം : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
പര്യായപദങ്ങൾ : ক্লাছ
അർത്ഥം : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
ഉദാഹരണം : তুমি কোন শ্রেণীত পঢ়া ?
പര്യായപദങ്ങൾ : কক্ষা, ক্লাছ, মহলা
അർത്ഥം : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
ഉദാഹരണം : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
പര്യായപദങ്ങൾ : সমুদায়, ্বর্গ
അർത്ഥം : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
ഉദാഹരണം : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
പര്യായപദങ്ങൾ : গোট, বর্গ
അർത്ഥം : কোনো কোঠাত উপস্থিত লোক
ഉദാഹരണം : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
പര്യായപദങ്ങൾ : কোঠা
ഇൻസ്റ്റാൾ ചെയ്യുക