അർത്ഥം : ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ ৰাজধানী
ഉദാഹരണം :
শ্রীনগৰৰ প্রাকৃতিক সৌন্দর্য অতি মনোমোহা
പര്യായപദങ്ങൾ : শ্রীনগৰ চহৰ
അർത്ഥം : ভাৰতৰ জম্মু আৰু কাশ্মীৰ প্রান্তৰ এখন জিলা
ഉദാഹരണം :
শ্রীনগৰ জিলাৰ মুখ্য কার্যালয় শ্রীনগৰ চহৰত আছে
പര്യായപദങ്ങൾ : শ্রীনগৰ জিলা