അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি শুই আছে বা নিদ্রাত আছে
ഉദാഹരണം : শোৱাজনক নজগাবা
പര്യായപദങ്ങൾ : সুপ্ত
അർത്ഥം : শোৱা কার্য
ഉദാഹരണം : শোৱাৰ কাৰণে ৰাতিৰ সৃষ্টি হৈছে
പര്യായപദങ്ങൾ : শয়ন
അർത്ഥം : দেহ আৰু মগজুক বিশ্রাম দিবৰ বাবে টোপনি গৈ থকা অৱস্থা
ഉദാഹരണം : দিনটোৰ পৰিশ্ৰমৰ অন্তত সি সোনকালে শুলে দিনত টোপনি যোৱাটো স্বাস্থ্যৰ কাৰণে অপকাৰী
പര്യായപദങ്ങൾ : ঘুমটি অহা, টোপনি যোৱা, নিদ্রা অহা
ഇൻസ്റ്റാൾ ചെയ്യുക