പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শোষণ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শোষণ   বিশেষ্য

അർത്ഥം : দুর্বল ্বা অধীনস্থ কোনো লোকৰ পৰিশ্রম, আয় আদিৰ পৰা অনুচিত লাভ উঠোৱা কার্য

ഉദാഹരണം : ঠিকাদাৰে মজদূৰক শোষণ কৰি আছে

പര്യായപദങ്ങൾ : নিষ্পেষণ

അർത്ഥം : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়

ഉദാഹരണം : ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল

പര്യായപദങ്ങൾ : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নিষ্পেষণ, নি্র্যাতন নি্র্য্যাতন, পীড়ন

അർത്ഥം : কোনো বস্তু আদিক শোষিত কৰা প্রক্রিয়া

ഉദാഹരണം : গছ-গছনিয়ে মাটিৰ পৰা পানী আৰু অন্যান্য খনিজ লৱণ শোষণ কৰি লয়

പര്യായപദങ്ങൾ : শোহা-