അർത്ഥം : কোনো কাম বা বস্তু আদিৰ অন্ত কৰা
ഉദാഹരണം :
প্রথমে এই কামটো সমাপ্ত কৰা
പര്യായപദങ്ങൾ : সমাপ্ত কৰা
അർത്ഥം : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ഉദാഹരണം :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
പര്യായപദങ്ങൾ : কৰা, ঠিক কৰা, নিষ্পত্তি কৰা, সম্পাদন কৰা
അർത്ഥം : কোনো বস্তু মানুহৰ সন্মুখত ব্যৱহাৰ কৰিবৰ কাৰণে ৰখা বা আনক ব্যৱহাৰ কৰিবলৈ দিয়া
ഉദാഹരണം :
মহাজন ধনীৰামে নিজৰ লʼৰাৰ জন্মদিনত বহুত ধন খৰচ কৰিলে
പര്യായപദങ്ങൾ : ক্ষয় কৰা, খৰচ কৰা, নোহোৱা কৰা