അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : খালী বা ৰিক্ত স্থান
ഉദാഹരണം : তেওঁ শূন্যত ঘূৰি আছিল
പര്യായപദങ്ങൾ : আকাশ
അർത്ഥം : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই
ഉദാഹരണം : যাদুকৰে শূন্যত মোক ৰাখি থʼলে
പര്യായപദങ്ങൾ : আলাস, ওপৰ
അർത്ഥം : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ
ഉദാഹരണം : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়
അർത്ഥം : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ഉദാഹരണം : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
പര്യായപദങ്ങൾ : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম
അർത്ഥം : ভিতৰত একো নথকা বা যি অপূর্ণ
ഉദാഹരണം : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
പര്യായപദങ്ങൾ : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত
അർത്ഥം : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা
ഉദാഹരണം : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল
പര്യായപദങ്ങൾ : বিহীন, ৰহিত
ഇൻസ്റ്റാൾ ചെയ്യുക