അർത്ഥം : শুই থকা কাৰোবাক অন্য কোনো ঠাইলৈ নি শুৱাই দিয়া
ഉദാഹരണം :
মাকে কোলাত শুই থকা কেঁচুৱাটোক বিছনাত শুৱালে
പര്യായപദങ്ങൾ : শুওৱা
അർത്ഥം : আনক শোৱা কার্যত প্রবৃত্ত কৰা
ഉദാഹരണം :
ডাক্তৰে ৰোগীক পৰীক্ষা কৰাৰ কাৰণে বিচনাত শুৱাই দিলে